1. Your WhatsApp profile picture is lovely! You look so beautiful in it!
(তোমাৰ WhatsApp profile picture খন ধুনীয়া!তোমাক খুব ধুনীয়া দেখিছে ইয়াত !)
2. The pictures you shared were amazing! You are a very talented photographer!
(তুমি বিতৰণ কৰা ফটো কেইখন খুবেই সুন্দৰ! তুমি বহুত প্ৰতিভাৱান ফটোগ্ৰাফাৰ!)
3. Wow, brilliant pictures. You are so photogenic!
(বাহ, খুবেই সুন্দৰ ফটো. তুমি বহুত ফটোজেনিক!
4. That was a breathtaking video!
(সেইটো এটা শ্বাসৰুদ্ধকাৰী ভিডিঅ’!)
5. The food you prepared for the party last night was delectable. I wish I could cook as well as you do!
(যোৱা ৰাতি তুমি বনোৱা আহাৰ আছিল. মোৰো তোমাৰ দৰে ৰান্ধিব মন যায়!)
6. I just watched the video you sent me. Your kid is really cute and extremely adorable. May God bless her.
(মই এইমাত্ৰ তুমি পঠিওৱা ভিডিঅ’টো চালো. তোমাৰ কেঁচুৱাটো সঁচাই ধুনীয়া আৰু বহুত মৰমলগা. ভগৱানে তাইৰ মঙ্গল কৰক. )
7. Your message was wonderful, thank you for always sharing such great stuff with me!
(তোমাৰ মেছেজটো খুবেই ভাল আছিল, এনেধৰণৰ ভাল বাৰ্তা মোৰ লগত ভগাই লোৱা বাবে অশেষ ধন্যবাদ!)
8. You are so talented. I wish I had the same flair for singing as you do.
(তুমি যথেষ্ট প্ৰতিভাশালী. মোৰো যদি তোমাৰ দৰে গাণ গোৱা প্ৰ্তিভা থাকিল হয়. )
9. You look so handsome. I love the way you carry your suits. You look dapper in them.
(তোমাক বহুত হেণ্ডচাম দেখিছে. মই তোমাৰ suit পিন্ধাৰ ধৰণটো খুবেই ভাল পাইছো. তোমাক যথেষ্ট শুৱাইছে)
10. Are those your new glasses? They look great on you
(সেইকেইযোৰ তোমাৰ নতুন গ্লাচ নেকি? সেইকেইযোৰৰ সৈতে তোমাক যথেষ্ট শুৱনি দেখিছে)
11. The video of your dance performance was breathtaking!
(তোমাৰ নৃত্যপ্ৰদৰ্শনৰ ভিডিঅ’টো শ্বাসৰুদ্ধকাৰী আছিল!)
12. Such a pretty picture that is! Your smile is contagious.
(বাহ কি সুন্দৰ ফটো সেইখন!তোমাৰ হাঁহিটো স্ংক্ৰামক. )
13. Your new car looks incredible! Great choice!
(তোমাৰ নতুন গাড়ীখন খুবেই ধুনীয়া! ভাল বাচনি!)
Doubts on this article